/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/f3b527e6-0412-47ce-916a-64b7eabe4ce6/heroin.jpg)
আটক দুজন
ডিজিটেল সংবাদ, ৰহাঃ নিষিদ্ধ দ্ৰব্যক লৈ ৰাজ্যত বৰ্তমানেও অব্যাহত আছে আৰক্ষীৰ অভিযান ৷ জব্দ কৰা হৈছে হিৰইনসহ দুগৰাকীক ৷
চাপৰমুখত চাপৰমুখ আৰক্ষীৰ নিয়মীয়া তালাচিত ৮ টা কন্টেনাৰত ৫.৩৯ গ্ৰাম হেৰ'ইনসহ আৰক্ষীয়ে আটক কৰে কচুৱাৰ এহাল দম্পতিক ।
কৰ্মক্ষেত্ৰ ডিমাপুৰৰ পৰা ৰেলেৰে আহি চাপৰমুখ জংচনৰ পৰা নিজ ঘৰলৈ ৰাওনা হওতেই নিয়মীয়া তালাচিত আটক কৰে দুয়োজনক ৷ আটকাধীন দম্পতী হালৰ নাম কোৰ্বান আলি আৰু আচিয়া বেগম ।
Also Read: অবৈধ অনুপ্ৰৱেশকাৰীক লৈ উদ্বিগ্ন প্ৰশাসন, টাস্ক ফ’ৰ্চ গঠন...