কঠিয়াতলীত ৭ ফুট দৈৰ্ঘ্যৰ অজগৰ উদ্ধাৰ

কঠিয়াতলীত ৭ ফুট দৈৰ্ঘ্যৰ অজগৰ উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
কঠিয়াতলীত ৭ ফুট দৈৰ্ঘ্যৰ অজগৰ উদ্ধাৰ

ডিজিটেল সংবাদ, কঠীয়াতলী : নগাঁও জিলাৰ কঠিয়াতলীৰ ৰেংবেঙত অজগৰ উদ্ধাৰ । বৃহস্পতিবাৰে ৰেংবেঙত স্থানীয় লোকে প্ৰায় ৭ ফুট দৈৰ্ঘ্যৰ অজগৰ এডাল প্ৰত্যক্ষ কৰে।

Advertisment

তাৰ পাছতে প্ৰত্যক্ষদৰ্শীয়ে কঠীয়াতলী বন বিভাগক খবৰ দিয়ে । কঠিয়াতলী বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হৈ অজগৰ ডাল উদ্ধাৰ কৰি পাহাৰত এৰি দিয়ে ।

Also Read: চুবুৰীয়াক হত্যা কৰি গ্ৰেপ্তাৰিত হ'ল জনপ্ৰিয় টেলিভিছন অভিনেতা ভূপিন্দৰ সিং

snake rescue