New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/dangor-khobr.jpg)
নিশা ৰূপহীহাট তিনিআলিত ভয়ংকৰ অগ্নিকাণ্ড ।
জুইত সম্পূৰ্ণৰূপে জাহ গ'ল ৫ খনকৈ গেলামালৰ দোকান ।
প্রায় ২০ লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত অগ্নিকাণ্ডত ।
বৈদ্যুতিক ট্রেন্সফৰ্মাৰৰ বিজুতিৰ বাবেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ।
Also Read: মুখ্যমন্ত্ৰীৰে আলোচনা বিহু সুৰক্ষা সমিতি,অসমৰ বিষয়-ববীয়াৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us