মধ্যহ্ন ভোজনৰ ৰান্ধনীক কেন্দ্র কৰি ৰূপহীহাটত উত্তেজনা...

মধ্যহ্ন ভোজনৰ ৰান্ধনীক কেন্দ্র কৰি ৰূপহীহাটত উত্তেজনা...
মধ্যহ্ন ভোজনৰ ৰান্ধনীক কেন্দ্র কৰি ৰূপহীহাটত উত্তেজনা...
  • ৰূপহীহাটৰ এখন বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি।

  • পূব শিঙিমাৰী হুছেইনীয়া প্রাথমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি।

  • মধ্যহ্ন ভোজনৰ ৰান্ধনীক কেন্দ্র কৰি সৃষ্টি হয় উত্তেজনা।

  • শিক্ষক আৰু ৰান্ধনী অসৎ কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ।

  • অভিযুক্ত ৰান্ধনীগৰাকীক পুনৰ কৰ্তব্যত নিয়োগ কৰাৰ প্রতিবাদ একাংশৰ।

  • ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ নিয়ন্ত্রণ কৰে পৰিস্থিতি।

মধ্যহ্ন ভোজনৰ ৰান্ধনীক কেন্দ্র কৰি ৰূপহীহাটত উত্তেজনা...
অসমৰ ভূমিত মেঘালয়ৰ দুষ্কৃতিকাৰীৰ বন ধ্বংসযজ্ঞ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in