/asomiyapratidin/media/media_files/2025/05/12/lPbqIdX0EBSkXLTObhJV.jpg)
ডিজিটেল সংবাদ নগাওঁঃ নগাওঁ জিলাৰ ৰূপহীহাট আৰু চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত আঞ্চলিক পঞ্চায়তৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে। ৰূপহীহাট সমষ্টিত কংগ্ৰেছৰ ৯ গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য জয়ী হোৱাৰ বিপৰীতে বিজেপি মিত্ৰজোঁটৰ ২ গৰাকী আৰু এগৰাকী নিৰ্দলীয় আঞ্চলিক পঞ্চায়তৰ সদস্যই বিজয় সাব্যস্ত কৰিছে। নিৰ্দলীয় আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকী জুৰিয়া গাঁও পঞ্চায়তৰ মিনাৰা বেগম।
আনহাতে ৮ গৰাকী কংগ্ৰছ সমৰ্থিত আৰু ৫ গৰাকী বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত আঞ্চলিক পঞ্চায়তৰ সদস্য নিৰ্বাচিত হৈছে।
ৰূপহীহাট বিধান সভা সমষ্টিৰ আঞ্চলিক পঞ্চায়তত কংগ্ৰেছৰ জয়ী হোৱা প্ৰাৰ্থী সকল ক্ৰমে-
- বগুৰিগুৰী গাঁও পঞ্চায়তৰ চাবিনা ইয়াছমিন
- চতিয়ান চতিয়ান গাঁও পঞ্চায়তত এলিজা খাতুন
- গদাইমাৰী গাঁও পঞ্চায়ত নাছিমা বেগম
- ভুৰবন্ধা গাঁও পঞ্চায়তত ফাইজুল ইছলামগাঁও পঞ্চায়তত এলিজা খাতুন
- ফাঁকলি গাঁও পঞ্চায়তত শ্বেহনাজ মাচুম
- ধিংবৰী চাপৰি গাঁও পঞ্চায়ত আবু বক্কৰ
- বৰঘুলি গাঁও পঞ্চায়তত হিচবুল মোজাহিদ
- আলিটাঙনী জামুগুৰি গাঁও পঞ্চায়তত মাৰোফা নাৰ্গিছ
- দগাওঁ ধিং গাঁও পঞ্চায়তত হাফিজা খাতুন
সমষ্টিটোত বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত বিজয়ী আঞ্চলিক পঞ্চায়তৰ সদস্যসকল ক্ৰমে-
- ফুটালজাৰ গাঁও পঞ্চায়তত বিজেপিৰ মলফুজা বেগম
- বৰালিমাৰী ফুৰহানীআটি গাঁও পঞ্চায়ত AGP ৰ আব্দুল আজিজ
চামগুৰি সমষ্টিৰ অন্তৰ্গত আঞ্চলিক পঞ্চায়তত কংগ্ৰেছৰ জয়ী হোৱা প্ৰাৰ্থীসকল
- ভাটিয়াখালি গাঁও পঞ্চায়তত নিলোফা চুলতানা।
- কাঠপাৰাত গাঁও পঞ্চায়তত আৰ্শ্বাদ আলী।
- দক্ষিণ খাটোৱাল গাঁও পঞ্চায়তত ৱাহিদুজ জামান।
- হাতীপুখুৰী গাঁও পঞ্চায়ত ফেৰদৌচি ইয়াছমিন চৌধুৰী।
- ভকতগাঁও পঞ্চায়তত চাবিনা য়েছমিন।
- বৰবেটি গাঁও পঞ্চায়তত ৰুবিয়া চুলতানা।
- বৰঘাটত গাঁও পঞ্চায়তত নাচৰিনা ইয়াছমিন।
- জিউমাৰী গাওঁ পঞ্চায়তত মহচিনা আফৰুজ।
সমষ্টিটোৰ বিজেপিৰ সমৰ্থিত জয়ী হোৱা আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী সকল ক্ৰমে-
- কাৱৈমাৰী গাঁও পঞ্চায়তত ৰজিনা বেগম।
- গড়াজান গাঁও পঞ্চায়ত সিদ্ধাৰ্থ মণ্ডল।
- বেলুগুৰি ডিফুলু গাঁও পঞ্চায়তত দিল আফৰুজা খাতুন।
- বাজিয়াগাঁও পঞ্চায়তত মহচিনা খাতুন।
- গেৰুৱা গাওঁ পঞ্চায়তত তাইজুল ইছলাম।