New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
ৰহাৰ জোঙাল বলহু গড়ত পথ দুৰ্ঘটনা
ৰৈ থকা ট্রাকত প্রচণ্ড খুন্দা আন এখন ট্রাকৰ
দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত ট্রাকখনৰ চালক
প্রায় এঘণ্টা ধৰি ট্রাকৰ ভিতৰতে আৱদ্ধ হৈ থাকে চালকজন
পিছত আৰক্ষীয়ে চালকজনক উদ্ধাৰ কৰি চিকিৎসাকলয়লৈ প্রেৰণ কৰে।
Also Read: উত্তৰ প্ৰদেশত নিষিদ্ধ হালাল প্ৰমাণীকৃত মাংস