/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/c108ceb9-9cd2-4917-9fe0-2ccf8d868c4b/111.jpg)
-
নগাঁৱৰ কঠিয়াতলী ৰেংবেঙত ভয়ংকৰ পথ দুৰ্ঘটনা ৷
-
ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা তীব্ৰবেগী বলে'ৰ বাহনৰ ৷
-
থিতাতে নিহত বলে'ৰ বাহনত অহা দুজন লোক।
-
লোক দুজন হোজাইৰ গনেশ চুৰা আৰু ভাইটি চাহা বুলি জনা গৈছে।
-
দুৰ্ঘটনাগ্ৰস্ত বলেৰ বাহনখনৰ নম্বৰ AS 02 BC 0232 ।
Also Read: বাসুগাঁৱৰ বিজয়গাঁৱৰ পৰা কিশোৰ সন্ধানহীন