বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন

বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন
  • নগাঁও বটদ্ৰৱা সংযোগী গড়কাপ্তানী পথৰ ৰাইডঙীয়া গংগা ধাবাৰ সন্মুখত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।

  • এ এছ ০১ জি চি ২৬২৩নম্বৰৰ এখন ট্ৰেভেলাৰৰ খুন্দাত দুৰ্ঘটনাত থিতাতে নিহত এএছ০২এএল০৮৯২ নম্বৰৰ মটৰ চাইকেল আৰোহী।

  • দূৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে এ এছ ০১ জি চি ২৬২৩ নম্বৰৰ জ্যোতি নামৰ ট্ৰেভেলাৰখন।

  • দুৰ্ঘটানাটোত মৃত্যু হোৱা যুৱকজন নগাঁৱৰ কাৱৈমাৰিৰ আবু ছাহেদ বুলি জানিব পৰা গৈছে।

  • ইতিমধ্যে ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন
দিল্লী কংগ্ৰেছৰ মুৰব্বীৰ পদত্যাগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in