নগাঁৱৰ ৰাজনীল ডেন্স একাডেমীৰ সাফল্য...

নগাঁৱৰ ৰাজনীল ডেন্স একাডেমীৰ সাফল্য...

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ ৰাজনীল ডেন্স একাডেমীৰ সাফল্য...

ডিজিটেল সংবাদ, বঢ়মপুৰঃ নগাঁও জিলাৰ বঢ়মপুৰৰ নিকটৱৰ্তী হালোৱাগাৱঁৰ ৰাজনীল ডেন্স একাডেমীয়ে শেহতীয়াকৈ উৰিষ্যাত অনুষ্ঠিত হোৱা "শ্ৰী জগন্নাথ ধাম পুৰী উৎসৱ ২০২৪"ত অংশগ্ৰহণ কৰি সুন্দৰ পাৰদৰ্শিতা অৰ্জন কৰে।

Advertisment

ৰাজনীল ডেন্স একাডেমীৰ ১৫গৰাকী ছাত্ৰ-ছাত্ৰীয়ে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নৃত্য পৰিৱেশন কৰি বহুকেইটা সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ৰাজনীল ডেন্স একাডেমীৰ এই সাফল্যত এতিয়া সমগ্ৰ অঞ্চলবাসী ৰাইজ উৎফুল্লিত হৈ পৰিছে।

Also Read: কপিলী নৈৰ বানে উটুৱাই নিয়া ৰবীন টেৰাঙৰ মৃতদেহ উদ্ধাৰ...

brahampur