/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-14/790wzuea/14.jpg)
ডিজিটেল সংবাদ,নগাঁওঃ শনিবাৰে উদমাৰী চাহ বাগিচাৰ এক বিশেষ কাৰ্যসূচীত অংশ লৈ জগন্নাথ ৰাজহুৱা ভৱন আৰু দক্ষতা বিকাশ কেন্দ্ৰ আৰু উদমাৰী মজদুৰ সংঘৰ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-14/s9z7mutf/9d122040-cd10-466b-8e86-5225f2149c10.jpg)
মন্ত্ৰীগৰাকীয়ে উদমাৰীত SoPD(G)ৰ অধীনত ৩১কোটি টকাৰ পুঁজিৰে লুংচুঙৰ পৰা উদমাৰী-শালনা হৈ আমনি পৰ্যন্ত পুনৰ নিৰ্মাণ কৰিবলগীয়া লোকনিৰ্মাণ বিভাগৰ পথটিৰ ভূমিপূজন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-14/dj2j7v2v/8155cdca-c3e7-49d9-b2ba-fc18e1d762e6.jpg)
কাৰ্যসূচী কেইটাৰ অন্তত মন্ত্ৰী হাজৰীকাই উদমাৰীত এখন ৰাজহুৱা সভাত অংশ লৈ ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কাম আৰু আঁচনিসমূহৰ বিস্তৃতভাৱে উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-14/6yzkc5zc/ef3649bc-f035-4b53-a656-2b53c1a8390d.jpg)
বিশেষকৈ অৰুণোদয়, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আদি আঁচনিৰে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত অসমৰ সৰ্বসাধাৰণ ৰাইজৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে যথেষ্ট কাম কৰিছে বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-14/txg0yqkv/8f8c31e8-801a-4da8-8c17-12e8ea78c0bb.jpg)
Also Read: ইউপিপিএল ৰ নেতা নামিল গাঞ্জা ব্যৱসায়ত!