/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/1cad2f76-94df-432c-8c9e-70a6d8154889/Accident_Nagaon.jpg)
ডিজিটেল সংবাদ, নগাওঁ : নগাঁৱৰ কঠীয়াতলীত ভয়াৱহ পথ দুৰ্ঘটনা ৷
•নিয়ন্ত্ৰণ হেৰুৱাই ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটি দুমহলীয়া ঘৰত খুন্দা তীব্ৰ বেগী ট্ৰাকৰ ৷
•কথমপি প্ৰাণ ৰক্ষা ঘৰৰ গৰাকীৰ ৷
•দুৰ্ঘটনাত এখন বিলাসী বাহন আৰু ঘৰটোৰ বিস্তৰ ক্ষতি হয় ।
•ট্ৰাক খনৰ নম্বৰ এএচ ০১ জিচি ৭৩৫৬।
Also Read: গীনিজ বুকত হেমকোষৰ ব্ৰেইল সংস্কৰণৰ স্থান লাভে গৌৰৱান্বিত কৰিছে দেশবাসীক: ভাৰতেন্দু পাণ্ডে