জোনমণি ৰাভাৰ অকাল মৃত্যুত নগাওঁ জিলা কৰ্মচাৰী পৰিষদৰ শোক প্ৰকাশ...

গাওঁ জিলাৰ মৰিকলং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত উপপৰিদৰ্শক জোনমণি ৰাভাৰ অকাল মৃত্যুত নগাওঁ জিলা কৰ্মচাৰী পৰিষদে শোক প্ৰকাশ

author-image
Asomiya Pratidin
New Update
প্ৰসংগ-জোনমণি ৰাভা: মৰিকলঙ টাউন আৰক্ষী চকীৰ গাড়ীচালকক সোধপোচৰ বাবে তলব...

জোনমণি ৰাভাৰ মৃত্যু

ডিজিটেল সংবাদ, নগাওঁ : নগাওঁ জিলাৰ মৰিকলং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত উপপৰিদৰ্শক জোনমণি ৰাভাৰ অকাল মৃত্যুত নগাওঁ জিলা কৰ্মচাৰী পৰিষদে গভীৰ শোক ব্যক্ত কৰিছে । মৃতকৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনাইছে পৰিষদটিয়ে।

Advertisment

পৰিষদটিয়ে প্ৰেৰণ কৰা এক শোকবাৰ্তাত সভাপতি যজ্ঞেশ্বৰ ৰাজখোৱা আৰু সাধাৰণ সম্পাদক শ্যামন্ত দাসে জোনমণি ৰাভাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ অকাল মৃত্যুৰ পিছত পৰিয়ালৰ উপৰিও বিভিন্ন সংবাদমাধ্যম, সামাজিক মাধ্যমত যিবোৰ বাতৰি প্ৰকাশ পাইছে সকলোবোৰ দিশ তদন্ত কৰি প্ৰকৃত ৰহস্য উদঘাটনৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনায়।

Also Read: জখলাবন্ধা আৰক্ষী থানাত জোনমণি ৰাভাৰ মাতৃৰ এজাহাৰ দাখিল...

Assam police