New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/ff87edf2-b22a-4ea7-b725-d93349abefba/nagaon.jpg)
নগাঁৱৰ চকৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।
সোমবাৰে নিশাৰ ভাগত সংঘটিত হয় পথ দুৰ্ঘটনাটো।
থিতাতে নিহত তিনিজন স্কুটী আৰোহী।
একেখন স্কুটীতে আহিছিল তিনিজনকৈ যুৱক।
ট্রাকৰ পিছফালে খুন্দা মৰাৰ ফলতেই সংঘটিত শোকাৱহ ঘটনাটো।
বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই নিহতসকলৰ পৰিচয়।