/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানি পথত ভয়ংকৰ দুৰ্ঘটনা।
দেওবাৰে সন্ধিয়া ভাগত সংঘটিত হয় পথ দুৰ্ঘটনাটো।
দুৰ্ঘটনাত দুজন থিতাতে নিহত আৰু এজনৰ চিকিৎসালয়ত মৃত্যু।
নিহত আটাকেইজনৰ ঘৰ মৰিগাঁৱত বুলি জানিব পৰা গৈছে।
নিহত মৰিগাঁৱৰ কৰচুবাবৰিৰ কিশোৰ মণ্ডল, নিৰংকৰ দাস।
চিকিৎসালয়ত মৃত্যু হোৱা লোকজন বিজয় দাস।
ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।