New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
নগাঁও বাইপাছৰ কঠিয়াতলীত ভয়ংকৰ পথ দুৰ্ঘটনা।
দেওবাৰে সংঘটিত হয় দুৰ্ঘটনাটো।
বলব’মৰ ভক্তক কঢ়িয়াই নিয়া বাহনৰ খুন্দা আন এখন বাহনত।
জুৰীয়া চুটিপাৰৰ পৰা ৰেংবেং অভিমুখী আছিল ভক্তক কঢ়িওৱা বাহনখন।
দুৰ্ঘটনাত আহত ১৮জন, দুজনৰ অৱস্থা সংকটজনক।
দুৰ্ঘটনা সংঘটিত কৰি বাহন চালকৰ পলায়ন।
ঘটনাস্থলীত উপস্থিত আৰক্ষী।