/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/fd0c9461-dc80-496d-89e6-0c1367c26295/santro_29.jpg)
নগাওঁ আৰক্ষীৰ সফলতাঃ প্ৰায় ১ কোটি ২০ লাখ টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ...
নগাঁও আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত।
শুকুৰবাৰে এনে এক অভিযানত বৃহৎ সফলতা।
আৰক্ষীয়ে জব্দ কৰিছে ১ কোটি ২০ লাখ টকাৰ ড্ৰাগছ।
জুৰীয়া আমতলৰ পৰা ড্ৰাগছসহ এখন ক'লা ৰঙৰ ছেণ্ট্ৰ বাহন জব্দ।
মণিপুৰৰ পৰা নগাঁৱলৈ এই বাহনখনত কঢ়িয়াই আনিছিল ড্ৰাগছখিনি।
অৱশ্যে আৰক্ষীয়ে আটক কৰিব নোৱাৰিলে দুই সৰবৰাহকাৰীক।
বাহন এৰি পলাল দুই সৰবৰাহকাৰী।
জব্দকৰা বাহনখন আছে নগাওঁ সদৰ থানাত।
বাহনখনৰ নম্বৰ AS01 AH4226।
Also Read: অৰিয়ান্টেল ডেভলপমেন্ট ছ'চাইটি, হয়বৰগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত ইফতাৰ পাৰ্টী!