/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/fc10fc40-3045-4848-b3e3-b812ea3851d1/ASSAM_POLICE_20.jpg)
নগাঁও জিলাৰ ৪ খন গুৰুত্বপূৰ্ণ থানাত নতুন ভাৰপ্ৰাপ্ত বিষয়া নিযুক্তি...
নগাঁও আৰক্ষীত ব্যাপক ৰদ-বদল।
নতুনকৈ ৫ জন আৰক্ষী বিষয়াক ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে নিযুক্তি।
খালী হৈ থকা নগাঁও সদৰ থানাৰ নতুন ভাৰপ্ৰাপ্ত বিষয়া হ'ব পাৰ্থপ্ৰতীম চিংকন।
কলিয়াবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰূপে নিযুক্তি সঞ্জিৎ কুমাৰ ৰয়ক।
অসীম বৰাক দিয়া হৈছে বটদ্ৰৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব।
ৰূপহীহাট থানাৰ নতুন ভাৰপ্ৰাপ্ত বিষয়া হ'ব বলৰাম তেৰং।
বটদ্ৰৱাৰ চক্ৰ আৰক্ষী বিষয়া হিচাপে নিযুক্তি জেকছন মুছাহাৰীক।
জোনমণি কাণ্ডৰ পাছত নগাঁও জিলাৰ ৪খন গুৰুত্বপূৰ্ণ থানা আৰু এটা চক্ৰৰ ভাৰপ্ৰাপ্তৰ দায়িত্ব দিয়া হৈছে এই কেইগৰাকী আৰক্ষী বিষয়াক।