বিহুৰ আনন্দ উলাহৰ মাজতেই নগাঁৱত হত্যাকাণ্ড...

বিহুৰ আনন্দ উলাহৰ মাজতেই নগাঁৱত হত্যাকাণ্ড...

author-image
Asomiya Pratidin
New Update
পুনৰ মহানগৰীত যুৱতীৰ মৃতদেহ উদ্ধাৰঃ ধৰ্ষণৰ সন্দেহ...

প্ৰতীকি ফটো

ডিজিটেল সংবাদ, নগাঁও : ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে অসামাজিক কাৰ্য। এইবাৰ বিহুৰ আনন্দ উলাহৰ মাজতে দেওবাৰে নিশা নগাঁৱৰ কন্দলী কচুবস্তিত সংঘটিত হয় হত্যাকাণ্ড ৷

Advertisment

সুৰাপায়ী স্বামীয়ে বাঁহৰে কোবাই কোবাই হত্যা কৰিলে পত্নীক ৷ নিহত পত্নী গৰাকী সবিকণ বসুমতাৰী ৷ পাৰিবাৰিক কন্দলৰ ফলতেই সংঘটিত হয় এই হত্যাকাণ্ড ৷

উল্লেখ্য যে, আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী স্বামী প্ৰদীপ বসুমতাৰীক ৷ লগতে নিহত সবিকণ বসুমতাৰীৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷

Also Read: আজি তাঁতৰ বিহু : গাঁৱৰ বোৱাৰী-জীয়ৰিয়ে পালন কৰিছে এই বিহু...

Assam police