/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/aa6a6c35-7b18-468f-8294-bdf779b43a36/ap_for_web_copy.jpg)
নগাঁও মেডিকেল কলেজত অঘটন ৷
মেডিকেল কলেজখনৰ কনিষ্ঠ চিকিৎসকৰ আত্মহনন ৷
মেডিকেল কলেজৰ হোষ্টেলত সংঘটিত হয় এই ঘটনা ৷
চিকিৎসকগৰাকীৰ নাম দিয়া দৈমাৰী ৷
শল্য বিভাগৰ চিকিৎসক আছিল দৈমাৰী৷
বৰ্তমানেও জানিব পৰা হোৱা নাই আত্মহত্যাৰ কাৰণ ৷
চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহ ৷
চিকিৎসকগৰাকীৰ ঘৰ গুৱাহাটীৰ বৰাগাঁৱত ৷
Also Read: দিন-দুপৰতে ভেণ্টিলেটৰ ভাঙি চোৰে লৈ গ'ল মূল্যবান সামগ্ৰী...