/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/fa45d483-ced2-4791-b59c-31c826b376a7/hhggh.jpg)
-
নগাঁৱত ব্লেডমেনৰ সন্ত্ৰাস।
-
ফিল্পকাৰ্টৰ ডেলিভাৰি বয়ক ব্লেডেৰে আক্ৰমণ।
-
চল্লিশ হাজাৰ টকা লুট দুৰ্বৃত্তৰ দলৰ ।
-
বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা।
-
ৰফিকুদ্দিন হুছেইন নামৰ ফিল্পকাৰ্টৰ ডেলিভাৰি বয়জনক আক্ৰমণ কৰি লুটি নিয়ে এই ধনৰাশি ।
-
ছয়-সাতজনীয়া দুৰ্বৃত্তৰ দলে চলাই এই আক্ৰমণ ।
-
ডেলিভাৰি বয়জনৰ ঘৰ পানীগাঁৱত
-
ড্ৰাগছ আসক্ত যুৱকে এই আক্ৰমণ চলোৱাৰ অভিযোগ।