নগাঁও উকিল সন্থাৰ নতুন সমিতি গঠন: সভাপতি পদত পৰাণ গোঁহাই...

সন্থাৰ সম্পাদক পদত জয়ন্ত বৰদলৈ নিৰ্বাচিত

author-image
Asomiya Pratidin
New Update
নগাঁও উকিল সন্থাৰ নতুন সমিতি গঠন: সভাপতি পদত পৰাণ গোঁহাই...

নগাঁও উকিল সন্থাৰ নতুন সমিতি গঠন: সভাপতি পদত পৰাণ গোঁহাই...

ডিজিটেল সংবাদ নগাঁও: গঠিত হ’ল নগাঁও উকিল সন্থা। ২০২৪ - ২০২৫ বৰ্ষৰ বাবে সন্থাৰ নতুন সমিতি গঠিত হয়। জ্যেষ্ঠ অধিবক্তা পৰান গোঁহাই বিনা প্ৰতিদ্বন্দিতাৰে সভাপতি পদত অধিস্থিত হয় ।

Advertisment

একেদৰে উপসভাপতি পদৰ বাবে মনোনীত হয় তৰুণ চন্দ্ৰ শৰ্মা। সম্পাদকৰ পদৰ বাবে নিৰ্বাচিত হয় জয়ন্ত কুমাৰ বৰদলৈ। সহকাৰী সম্পাদক প্ৰমোদ কোঠাৰী, হেমন্ত ভূঙা, প্ৰশান্ত বৰা নিৰ্বাচিত হয়।

কাৰ্যকৰী সদস্য হৈছে জ্যেষ্ঠ অধিবক্তা শৰৎ চন্দ্ৰ খাউণ্ড, সত্যেন তালুকদাৰ, প্ৰদীপ শৰ্মা, দণ্ডধৰ হাজৰিকা, হেম শৰ্মা। ১০ বছৰৰ পৰা ২০ বছৰৰ ভিতৰৰ ওকালতি কৰাসকলৰ ভিতৰৰ কাৰ্যকৰী সদস্যৰ ভিতৰত আছে প্ৰণবজ্যোতি বৰা, দীপাংকৰ হাজৰিকা, হুমায়ুন কবীৰ, পল্লৱ জ্যোতি বেজবৰুৱা, কুমকুম মহন্ত, নজৰুল ইছলামৰ বাহিৰেও আন তিনিজন সদস্য হৈছে কংকন বৰুৱা, বিউতি বৰা, আবুল হুছেইন গোলাম কিব্ৰিয়া।

Also Read: পহিলা ব’হাগত ৩০০ ব্যক্তিক সম্বৰ্ধনা জনাব নলবাৰী জিলা সাহিত্য সভাই...

নগাঁও উকিল সন্থা