/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/c9635261-f628-4a48-9f7f-a422a555500e/14.jpg)
-
নগাঁৱৰ কচুৱাৰ জুৰিৰপাৰত সংঘটিত হৈছে আজৱ ঘটনা।
-
কচুৱাৰ জুৰিৰপাৰত মছজিদৰ দানপাত্র ভাঙি চুৰে লুটি নিলে নগদ ধন।
-
গাঁওখনৰ দুটাকৈ মছজিদৰ দানপাত্র ভাঙি নিশা চুৰে চুৰি কৰি নিয়ে প্ৰায় ২০হাজাৰকৈ টকা।
-
পুৱা স্থানীয় লোকে মছজিদৰ দানপাত্র ভঙা অৱস্থাত প্ৰত্যক্ষ কৰে।
-
পূূৰ্বেও সঘনাই গাঁওখনত চুৰে সংঘটিত কৰি আহিছে চুৰিকাণ্ড।
-
মছজিদৰ দানপাত্রত চুৰিকাণ্ডৰ ঘটনাই অঞ্চল জুৰি তীব্ৰ প্রতিক্রিয়াৰ সৃষ্টি হৈছে।