/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/21278d27-795a-4fdc-8ce8-adb61e2fddf0/fsdffdfd.jpg)
ডিজিটেল সেৱা, কঠীয়াতলী :-নগাঁৱৰ ৰাঙলুত বৃহস্পতিবাৰে নিশা কঠিয়াতলী আৰক্ষীৰ অভিযান ৷ অভিযানত বৃহৎ পৰিমানৰ ড্ৰাগছ সহ তিনিজন লোকক আটক ৷ ৰাঙলুৰ এটা পেট্ৰল পামত ৰৈ থকা এখন টাটা মবাইলৰ পৰা জব্দ কৰে ৯ টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ ৷
ধৃত লোক কেইজন কাছাৰৰ ইকবাল আলম বৰভূঞা, মণিপুৰৰ জন কেনিডে ছনগেট আৰু মিজুৰামৰ লালুন টোলুংগা ৷ ঘটনাস্থলীত নগাঁৱৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত ৷ জব্দ কৰা টাটা মবাইলৰ নম্বৰ AS11EC4856 ।
Also Read: ভুল প্রশ্নৰে ছেবাৰ প্ৰশ্নকাকতঃ গণিত পৰীক্ষাত উত্তৰ কৰিব নোৱাৰি বিপাঙত ছাত্ৰ-ছাত্ৰী