নগাঁৱৰ ৰাঙলুত বৃহৎ পৰিমানৰ নিষিদ্ধ দ্ৰব্যসহ আটক ৩ জন

নগাঁৱৰ ৰাঙলুত বৃহৎ পৰিমানৰ নিষিদ্ধ দ্ৰব্যসহ আটক ৩ জন

ডিজিটেল সেৱা, কঠীয়াতলী :-নগাঁৱৰ ৰাঙলুত বৃহস্পতিবাৰে নিশা কঠিয়াতলী আৰক্ষীৰ অভিযান ৷ অভিযানত বৃহৎ পৰিমানৰ ড্ৰাগছ সহ তিনিজন লোকক আটক ৷ ৰাঙলুৰ এটা পেট্ৰল পামত ৰৈ থকা এখন টাটা মবাইলৰ পৰা জব্দ কৰে ৯ টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ ৷

ধৃত লোক কেইজন কাছাৰৰ ইকবাল আলম বৰভূঞা, মণিপুৰৰ জন কেনিডে ছনগেট আৰু মিজুৰামৰ লালুন টোলুংগা ৷ ঘটনাস্থলীত নগাঁৱৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত ৷ জব্দ কৰা টাটা মবাইলৰ নম্বৰ AS11EC4856 ।

নগাঁৱৰ ৰাঙলুত বৃহৎ পৰিমানৰ নিষিদ্ধ দ্ৰব্যসহ আটক ৩ জন
ভুল প্রশ্নৰে ছেবাৰ প্ৰশ্নকাকতঃ গণিত পৰীক্ষাত উত্তৰ কৰিব নোৱাৰি বিপাঙত ছাত্ৰ-ছাত্ৰী

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in