New Update
/asomiyapratidin/media/media_files/2025/12/12/1-2025-12-12-10-34-25.jpg)
- অসম আৰক্ষীৰ বিশেষ শাখাত নগাঁৱত কৰ্মৰত মহেশ্বৰ হীৰাৰ অকাল বিয়োগ
- শ্বাস-প্ৰশ্বাস জনিত ৰোগত আক্ৰান্ত হৈ কেইবাদিন ধৰি চিকিৎসাধীন হৈ আছিল GMCHত
- GMCHৰ পৰা ঘৰলৈ ঘুৰাই অনাৰ পথত ৰহাত শেষ নিশ্বাস ত্যাগ কৰে মহেশ্বৰ হীৰাই
- চামগুৰিৰ প্ৰয়াত ফ'টো সাংবাদিক ধনটি হীৰাৰ পিতৃ তথা এজন সৰবৰাহী ব্যক্তি আছিল মহেশ্বৰ হীৰা
- চামগুৰিৰ খাটোৱালৰ নিবাসী মহেশ্বৰ হীৰাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ নগাঁও জিলাৰ আৰক্ষীৰ
- বিভিন্ন দল-সংগঠন তথা ৰাইজৰ শোক প্ৰকাশ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us