হোজাই জিলাত স্থানীয় বন্ধ ঘোষণা

হোজাই জিলাত স্থানীয় বন্ধ ঘোষণা

author-image
Asomiya Pratidin
New Update
হোজাই জিলাত স্থানীয় বন্ধ ঘোষণা

ডিজিটেল সংবাদ,হোজাই : পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে হোজাই জিলাত স্থানীয় বনেধ ঘোষণা কৰা হৈছে। জিলা আয়ুক্ত লাচিত কুমাৰ দাসে এন আই এক্ট,(NI Act), 1881ৰ অধীনত অহা ১৩ নৱেম্বৰ সোমবাৰৰ দিনটো হোজাই জিলাখনত স্থানীয় বন্ধৰ দিন হিচাবে ঘোষণা কৰিছে।

Advertisment

উল্লেখিত দিনটোত জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, বিত্তীয় অনুষ্ঠান, বে-চৰকাৰী অনুষ্ঠান- প্ৰতিষ্ঠান আদি বন্ধ থাকিব। অৱশ্যে সময়সূচী অনুযায়ী অনুষ্ঠিত হ'বলগীয়া শিক্ষানুষ্ঠানৰ পৰীক্ষাসমূহ আৰু পৰীক্ষাৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰী- পৰীক্ষাৰ্থীসকল আৰু অত্যাৱশ্যকীয় সেৱাসমূহক এই বন্ধৰ পৰা ৰেহাই দিয়া হৈছে।

Also Read: শ্ৰেয়াছ-ৰাহুলৰ শতক,বেটে-বলে উজলিল ৰোহিত-বিৰাট

hojai dewali