৩বছৰীয়া সন্তানসহ সন্ধানহীন মহিলা

৩বছৰীয়া সন্তানসহ সন্ধানহীন মহিলা

author-image
Asomiya Pratidin
New Update
৩বছৰীয়া সন্তানসহ সন্ধানহীন মহিলা

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰত সন্ধানহীন মহিলা। পুত্ৰ সন্তানসহ দুদিন ধৰি সন্ধানহীন হৈ আছে কামপুৰ ঘিলানীৰ জাবেদা বেগম নামৰ মহিলা গৰাকী। কাজিৰঙাৰ পৰা বেংকত টকা আনিবলৈ গৈ তিনিবছৰীয়া পুত্ৰ সন্তানসহ সন্ধানহীন মাতৃ জাবেদা বেগম।

Advertisment

জানিব পৰা মতে, তেওঁ লগত লৈ যায় প্ৰায় ৫০ হাজাৰ টকা। ইতিমধ্য়ে কচুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে স্বামী মহম্মদ গোলাম হুছেইনে। পত্নী জাবেদা বেগমৰ কিম্বা অনুসন্ধান পালে ৮৮৪৮৯৮৭৯০৫ নম্বৰত অথবা আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ ৰাইজক অনুৰোধ জনাইছে স্বামী পৰিয়ালে।

Also Read: মৰিগাঁৱত ছাত্ৰীক চুৰিকাঘাত অচিনাক্ত যুৱকৰ

missing case