/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/1c53e254-41bb-40d0-b993-5335f303cbce/5.jpg)
-
৪ খনকৈ গেটেৰে পানী এৰিছে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই
-
যাৰ ফলত হুৰহুৰাই বাঢ়িছে বৰপানী নদীৰ জলপৃষ্ঠ
-
পানীৰ সোঁতে উটুৱাই নিলে শিঙিমাৰী বজাৰ পাৰ ঘাটৰ বাঁহৰ দলং
-
কচুৱাৰ লংজাপ জুৰিৰপাৰ,শিঙিমাৰী আদি অঞ্চলত ঘৰে-দুৱাৰে সোমাইছে পানী
-
জুৰিৰপাৰ মাধৱপাৰা গড়কাপ্তানি পথৰ ওপৰদি বাগৰিছে পানী
-
শংকিত নৈ পৰীয়া ৰাইজ
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/47a84ca7-6abc-4f79-9554-ddda2e8f9734/789ca1ed-4d20-487e-b6cf-8860ec436ce5.jpg)
Also Read: বুদ্ধিজীৱী তথা অধ্যাপক ৰঞ্জিত নাথৰ শেষ নিশ্বাস ত্যাগ...