/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/e46a2265-4453-4d5e-b861-3bf73e363f86/PRANAB_18.jpg)
জোনমণি ৰাভাৰ মৃত্যুক নতুন দিশলৈ নিয়া গাড়ী চালক প্ৰণৱ দাসক নগাঁৱত হাজিৰ...
এছ আই জোনমণি ৰাভাৰ মৃত্যুক নতুন দিশলৈ নিয়া গাড়ী চালক প্ৰণৱ দাসক নগাঁৱত হাজিৰ।
নিশা নগাঁৱলৈ অনা হৈছে প্ৰণৱ দাসক।
জোনমণি ৰাভাৰ মৃত্যুৰ সন্দৰ্ভত বিষ্ফোৰক মন্তব্য দিছিল প্ৰণৱ দাসে।
গুৱাহাটীৰ পৰা পোনে পোনে প্ৰণৱ দাসক নগাঁও আৰক্ষীৰ আলহী গৃহলৈ অনা হয়।
পিছত নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ অনা হয় গাড়ী চালক প্ৰণৱ দাসক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us