
নগাঁৱত ধনৰ বিনিময়ত চাকৰি !
চাকৰিৰ ন্যূনতম মূল্য ৩ লাখ টকা
চৰকাৰৰ শেহতীয়া নিয়োগ নীতিৰ বিৰুদ্ধে নগাঁৱত দেখা গ'ল অভিনৱ প্ৰতিবাদ
নগাঁও মহাবিদ্যালয়ৰ চ'কত শনিবাৰে পুৱা দেখা গ'ল এক অভিনৱ পৰিৱেশ
এখন টেবুলৰ সন্মুখত দুজন লোক,পৰিধান কৰিছে গেৰুৱা বসন
চাকৰি বিক্ৰী কৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে নগাঁৱৰ বিৰিঞ্চি বৰা আৰু দুলাল বৰাই।