লায়েন্স ক্লাৱৰ উদ্যোগত এখনি আতক ধুনীয়া উদ্যান নিৰ্মাণ...

নগাঁও লায়ন্স ক্লাৱৰ প্ৰসংশনীায় প্ৰদক্ষেপ ।বেবেজীয়া আৰু ডিমৌ অঞ্চলৰ মাজ ভাগত ৰাষ্ট্ৰীয় ঘাইপথত এখনি আতক ধুনীয়া সৰু সৰু ল'ৰা-ছোৱালীৰ উদ্যান নিৰ্মাণ কৰা হ’য় ।

author-image
Asomiya Pratidin
New Update
লায়েন্স ক্লাৱৰ উদ্যোগত এখনি আতক ধুনীয়া উদ্যান নিৰ্মাণ...

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও লায়ন্স ক্লাৱৰ প্ৰসংশনীায় প্ৰদক্ষেপ । নগাঁও লায়ন্স ক্লাবৰ সভাপতি প্ৰলয় সাহা, সম্পাদক অজয় মিট্টলৰ, ৰু বৰ্তমানৰ সভাপতি মালচন্দ আগৰৱালা, সম্পাদক সাৰাংগ বল্লৱ গোস্বামীৰ প্ৰচেষ্টাত একন উদ্যান নিৰ্মাণ হ’য় । বেবেজীয়া আৰু ডিমৌ অঞ্চলৰ মাজ ভাগত ৰাষ্ট্ৰীয় ঘাইপথত এখনি আতক ধুনীয়া সৰু সৰু ল'ৰা-ছোৱালীৰ উদ্যান নিৰ্মাণ কৰা হ’য় ।

Advertisment

উদ্যানখনত ১২ তাৰিখে সৰু সৰু ল'ৰা-ছোৱালীৰ বাবে ঝুলনা,বেঞ্চও খেলিব পৰা বিভিন্ন সৰঞ্জাম স্থাপন কৰে।কিছুদিন পূৰ্বে বেবেজীয়া আৰক্ষী থানালৈ ক্লাবৰ ফালৰপৰা যান-বাহন সুৰক্ষাৰ উদ্দেশ্যৰে বেৰিয়াৰ আগবঢ়োৱা হয়। আজি উদ্যান খন শুভাৰম্ভ কৰে বয়োজ্যোষ্ঠ সদস্য বিনোদ খেটাৱাট ডাহৰীয়াই।

উদ্যানখনৰ শুভাৰম্ভণি কৰা মূহুৰ্তত অঞ্চবাসী ৰাইজৰ লগতে লায়ন্চ ক্লাবৰ সভাপতি ক্ৰমে লায়ন মালচন্দ আগৰৱালা, সম্পাদক সাৰাংগ বল্লৱ গোস্বামী, বিশ্বজিৎ মহন্ত, প্ৰলয় সাহা, অজয় মিট্টল, পৱন বৰা, ৰূপালীম শৰ্মা বৰঠাকুৰ, কৈলাস আগৰৱালা, সুৰিন্দৰ কাৰৱা, ইন্দ্ৰ বথৰা, ইনামূল মজিদ, সুশান্ত বৰঠাকুৰ আৰু হেমন্ত বৰদলৈ আদিয়ে উপস্থিত থাকে।

Also Read: এইবাৰ ভাৰতৰ পৰা অস্কাৰৰ দৌৰত কোন?

#LIONSCLUB #NAGAONLIONSCLUB