New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/72e64090-ad6e-45d4-9dfb-86521eb52b17/206.jpg)
নগাঁৱত বুজন পৰিমাণৰ বিলাতী সুৰা জব্দ।
বৃহস্পতিবাৰে আবকাৰী বিভাগে চলোৱা অভিযানত জব্দ কৰা হয় সুৰাখিনি।
এখন ট্ৰাকত অবৈধভাৱে সৰবৰাহ কৰা হৈছিল সুৰাখিনি।
আৰক্ষীয়ে অভিযান চলাই ডিমৌত জব্দ কৰে সুৰাখিনি।
Also Read: কলা-বিজ্ঞান দুয়োটা শাখাতে ১০০%ৰে উজলিল বঢ়মপুৰ ছহিদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়