/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/4e865123-5535-4bca-840b-3cee6b648a6b/135.jpg)
ধিং-নগাঁও গড়কাপ্তানি পথৰ ৰাইডঙীয়াত ভয়াৱহ দুৰ্ঘটনা
AS 02 CC 4723 নম্বৰৰ টাটা ম'বাইল আৰু AS 01 FG 2507 নম্বৰৰ টাটা টিয়াগৰ মাজত মুখামুখী সংঘৰ্ষ ৷
দুৰ্ঘটনা সংঘটিত কৰি দুয়োখন গাড়ী পথৰ পৰা তলত পৰে ৷
এই ভয়াbহ দুৰ্ঘটনাত ৫ জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে ৷
আহত আটাইকে চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ ৷
বটদ্ৰৱা থানত দৌলোৎসৱ চাবলৈ আহিছিল টাটা টিয়াগ গাড়ীখনত অহা যাত্ৰীসকল।
ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈছে।
Also Read: গাই নদীৰ মথাউৰি নিৰ্মাণত অসন্তুষ্ট ৰাইজ : ধেমাজিত প্ৰতিবাদী পদযাত্ৰা...