/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/36fdfa54-3117-4825-85fc-199a40fefdcc/11.jpg)
-
ক্রমাৎ ভয়াৱহ হৈ পৰিছে নগাঁও-কলিয়াবৰ বান পৰিস্থিতি
-
হাতীমূৰা মথাউৰিৰ গাইড বান্ধ ভাঙি কলঙেৰে প্ৰবাহিত পানী
-
ক্রমাৎ মূল বান্ধ অভিমুখে গতি কৰিছে ব্ৰহ্মপুত্ৰৰ পানী
-
ফলত সমগ্ৰ মহকুমাটোত বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি
-
ঘৰ-বাৰী এৰি নিৰাপদ স্থানলৈ ধাৱমান জখলাবন্ধাবাসী
-
তৎপৰ প্ৰশাসন তথা SDRF-NDRF বাহিনী