/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/agrani-batory-11.jpg)
ৰহাৰ চাপৰমুখ আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান।
চাপৰমুখ তিনিআলিৰ পৰা হেৰ’ইনসহ আটক ২ মহিলাক।
মহিলা ২গৰাকীৰ পৰা জব্দ ৩টা চাবোনৰ বাকচভৰ্তি হেৰ’ইন।
ধৃত মহিলা ২গৰাকীৰ নাম মাৰ্জিনা বেগম আৰু আবিদা বেগম।
চাপৰমুখৰ পৰা নগাঁৱলৈ যাবলৈ লওঁতেই আটক।
ডিমাপুৰৰ পৰা ৰে’লেৰে চাপৰমুখলৈ আহিছিল মহিলা ২গৰাকী।
Also Read: দক্ষিণ অফ্ৰিকাৰ হাতত দিশহাৰা নিউজিলেণ্ডঃ জটিল হৈ পৰিছে পাকিস্তানৰ অংক...