New Update
/asomiyapratidin/media/media_files/2026/01/08/1-2026-01-08-09-29-38.jpg)
- নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে ৰূপহীহাট আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত।
- আৰক্ষীৰ অভিযানত ২২টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেনাৰসহ আটক সৰবৰাহকাৰী।
- ধৃত ড্ৰাগছ সৰবৰাহকাৰী তেজপুৰ পাঁচমাইলৰ শ্বাৰজাহান আলী।
- AS-02-K1202 নম্বৰৰ চাৰি চকীয়া বাহনেৰে ড্ৰাগছ সৰবৰাহ কৰিবলৈ আহি পৰিল ৰূপহীহাট আৰক্ষীৰ জালত।
- আৰক্ষীয়ে জব্দকৃত ড্ৰাগছখিনিৰ ওজন ৩.১০গ্ৰাম।
- সম্প্ৰতি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us