/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/ebb988b5-fb0c-454f-8f2c-8d0b289da86e/download.jpg)
কামপুৰ নগৰৰ মাজত বন্যহস্তীৰ আতংকঃ দুজনক আক্ৰমণ, শিক্ষানুষ্ঠান বন্ধ...
কামপুৰ-বৈঠালাংছু পথত দুৰ্ঘটনা।
কচুৱা থানাৰ অন্তৰ্গত সোনাৰুগুৰিত দুখন বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।
এই মুখামুখি সংঘৰ্ষৰ ফলত দুয়োখন বাইকৰে আৰোহী দুজন আহত হয়।
ইয়াৰে ৰিতু দাস নামৰ এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
আহত লোক কেইজনক চিকিৎসাললৈ প্ৰেৰণ কৰা হৈছে।
দুৰ্ঘটনা সংঘটিত হোৱা মটৰ চাইকেল দুখনৰ নম্বৰ AS-02-M-6273 আৰু AS-O2-AM-4601 বুলি জানিব পৰা গৈছে।