নৱবৰ্ষৰ প্ৰথম পুৱা সুখ শান্তি আৰু সমৃদ্ধি কামনা কৰি বটদ্ৰৱা থানত ৰাইজৰ ভিৰ...

নৱবৰ্ষৰ প্ৰথম পুৱা সুখ শান্তি আৰু সমৃদ্ধি কামনা কৰি বটদ্ৰৱা থানত ৰাইজৰ ভিৰ...
নৱবৰ্ষৰ প্ৰথম পুৱা সুখ শান্তি আৰু সমৃদ্ধি কামনা কৰি বটদ্ৰৱা থানত ৰাইজৰ ভিৰ...

ডিজিটেল সংবাদ বটদ্ৰৱাঃ ইংৰাজী নৱবৰ্ষৰ প্ৰথম পুৱা গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানলৈ তীৰ্থযাত্ৰী, দৰ্শনাৰ্থীৰ আগমন ঘটিছে। নতুন বছৰটোৱে যাতে সকলোলৈকে সুখ-শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই সকলোৰে কুশল মঙ্গল হয়, তাৰেই মনো কামনাৰে ৰাজ্য ভিন্ন প্ৰান্তৰ পৰা ভক্ত প্ৰাণ ৰাইজ, নৱপ্ৰজন্ম তথা ছাত্ৰ ছাত্ৰীৰ আগমন হৈছে।

ইফালে ইংৰাজী নববৰ্ষৰ পহিলা পুৱা বটদ্ৰৱা থানলৈ অহা তীৰ্থযাত্ৰী, দৰ্শনাৰ্থীসকলক শুভকামনা জনোৱাৰ লগতে অসমবাসীৰ সুখ, শান্তি আৰু সমৃদ্ধি কামনা কৰি নববৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছে বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ দেৱগোস্বামীয়ে।

নৱবৰ্ষৰ প্ৰথম পুৱা সুখ শান্তি আৰু সমৃদ্ধি কামনা কৰি বটদ্ৰৱা থানত ৰাইজৰ ভিৰ...
ইতিবাচকতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in