New Update
/asomiyapratidin/media/media_files/2025/12/25/1-2025-12-25-20-39-36.jpg)
- বটদ্ৰৱাৰ ভেটিয়নীত ভয়ংকৰ পথ দুৰ্ঘটনা
- গুৰুতৰভাবে আহত শিশু সহ ৫ জন
- AS02AU8612 আৰু AS02AR 7205 নম্বৰৰ দুখন মটৰচাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ
- আহত সকল ক্ৰমে চাদিক আহমেদ, শ্বৰিফুল ইছলাম, মোহাজিদ আলম, ৰকিবুল ইছলাম
- স্থানীয় লোকৰ তৎপৰতাত আহত সকলক চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ
- ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ মটৰচাইকেল দুখন উদ্ধাৰ
- মটৰচাইকেল দুখন তীব্ৰ বেগীত অহাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us