New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
নগাঁৱৰ ডিমৰুগুৰিত অঘটন ।
ৰে'লৰ পৰা পৰি এজনৰ মৃত্যু।
শিলঘাট-গুৱাহাটী পেচেঞ্জাৰ ৰে'লৰ পৰা পৰাৰ সন্দেহ।
ৰে'লপথৰ কাষত উদ্ধাৰ পঞ্চাশোৰ্দ্ধৰ লোকজনৰ মৃতদেহ।
নিহত লোকজনৰ উদ্ধাৰ হোৱা নাই প্ৰকৃত পৰিচয় ।
ঘটনাস্থলীত উপস্থিত ৰে'ল আৰক্ষী।
আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহ।
Also Read: ভোগদৈ নদীত অবৈধভাৱে বালি খনন