কামপুৰত ৮ গৰাকী খেলুৱৈক সম্বৰ্ধনা...

কামপুৰত ৮ গৰাকী খেলুৱৈক সম্বৰ্ধনা...
কামপুৰত ৮ গৰাকী খেলুৱৈক সম্বৰ্ধনা...

ডিজিটেল সংবাদ কামপুৰঃ কামপুৰ ক্ৰীড়া সন্থাৰ তত্বাৱধানত উদগনি মূলক আদৰণি অনুস্থান । এই অনুস্থানত ৮ গৰাকীকৈ খেলুৱৈক উদগনি মূলক আদৰণি জনাই ।

উল্লেখ্য যে নগাঁৱত অনুস্থিত হোৱা এক জিলা ভিত্তিক ক্ৰীড়া প্ৰতিযোগিতাত কামপুৰ ষ্টুডেণ্ট এথেলেটিকছ ক্লাৱৰ হৈ অংশগ্ৰহন কৰি এই ৮ জন খেলুৱৈয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

অনুষ্ঠানটোৰ আতঁধৰে ক্ৰীড়া সন্থাৰ সভাপতি বাবুল বৰাই । উদগনি মূলক অনুষ্ঠানত উপস্থিত থাকে কামপুৰ আঞ্চলিক উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক ৰামচন্দ বৰা, মাধৱ লস্কৰ, গজেন লস্কৰৰ লগতে বহু গণ্যমান্য লোক উপস্থিত থাকে ।

কামপুৰত ৮ গৰাকী খেলুৱৈক সম্বৰ্ধনা...
নগাঁও জিলাৰ পশ্চিমাঞ্চলত শিলাবৃষ্টিত বিস্তৰ ক্ষতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in