/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/8d8aac31-43a9-4d78-be42-a104060098f1/DRAGS.jpg)
ডিজিটেল সংবাদ,নগাঁও : ড্ৰাগছ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অৱ্যাহত আছে। এনে সময়তে কচুৱা অঞ্চলৰ গেৰজাইপামত শুকুৰবাৰে নিশা আৰক্ষীৰ আৰু গাওঁৰক্ষী বাহিনীয়ে ড্ৰাগছ বিৰোধী অভিযান চলায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/424aafbf-a333-4379-a493-496a1fdf358e/f362bae9_e580_4152_b254_99121fc3c2bf.jpg)
কচুৱা থানাৰ আৰক্ষী বিষয়া ৰাজা ঈৰছাদৰ নেতৃত্বত চলা এই অভিযানত হেৰ'ইন ভৰ্তি ৫৪ টা কন্টেনাৰ আৰু ৩ টা ছিৰিঞ্জসহ এজনক আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে জনোাৱা অনুসৰি, ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ নাম আবুল হুছেইন।
ধৃত আবুল হুছেইনৰ পৰা আৰক্ষীয়ে ৩১.২৬ গ্ৰাম হেৰ'ইন উদ্ধাৰ কৰে ৷ বৰ্তমান অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।
Also Read: স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত চাৰিগৰাকী অসম আৰক্ষীৰ বিষয়ালৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ...