/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-14/dymsu8db/4.jpg)
-
বঢ়মপুৰ ১ নং ঘোগৰ গাঁৱত চোৰ কৰি ধৰা পৰিল ৫ যুৱক
-
গাঁওখনৰ নৱনিৰ্মিত স্বাস্থ্য কেন্দ্ৰৰ সামগ্ৰী চুৰি কৰিছিল যুৱক কেইজনে
-
চিকিৎসালয়খনত শ্ৰমিক হিচাপে কৰ্মৰত আছিল অভিযুক্ত ৫ যুৱক
-
ৰাইজৰ উত্তম-মাধ্যমত হাত যোৰ কৰি ক্ষমা ভিক্ষা খোজে অভিযুক্তই
-
ঘটনাস্থলীত ইটাচালি টাউন আৰক্ষী উপস্থিত
-
চোৰকেইটাক কৰায়ত্ব আৰক্ষীৰ