New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/18f10109-8e4d-4a92-88c4-d3dd182f3b45/tower.jpg)
ডিজিটেল সংবাদ, নগাঁৱঃ
ধিঙৰ পানবাৰীত মোৱাইল টাৱাৰৰ পৰা পৰি ২৫ বছৰীয়া যুৱকৰ মৃত্যু
১২০ ফুট ওখ টাৱাৰৰ পৰা পৰি মৃত্যু হয় যুৱকজনৰ
এয়াৰটেল কম্পেনীৰ টাৱাৰৰ পৰা পৰি মৃত্যু যুৱকৰ
মৃত যুৱকজনৰ নাম বিতু হাজৰিকা
বিতু হাজৰিকাৰ ঘৰ নগাঁৱৰ পলাশনীত
Also Read: 'পুষ্পা-২'ৰ বাবে কিমান পাৰিশ্ৰমিক ল'লে আল্লু অৰ্জুনে ?
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us