/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/b096b1da-b936-4d97-aa85-4a725b932221/nagaon_teacher.jpg)
ডিজিটেল সংবাদ, নগাঁও : কেশৱ বৰা লৈ কৃতী শিক্ষক বঁটা। নগাঁও জিলাৰ প্ৰশাসনৰ উদ্যোগত এই বছৰ ১০ গৰাকী কৃতী শিক্ষকৰ ভিতৰত কেশৱ বৰাও নিৰ্বাচিত হয়।
এই বঁটা হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয় আৰু জিলাৰ অতিৰিক্ত উপায়ুক্ত মহোদয় তথা শিক্ষা বিভাগৰ বিষয়া সকলৰ উপস্থিতিত কেশৱ বৰাক এই বঁটা প্ৰদান কৰে। কেশৱ বৰাই কৃতী শিক্ষকৰ হৈ দীঘলীয়া ভাষণ প্ৰদান কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us