বেবেজীয়াত যুৱকৰ চিপলৈ আত্মহত্যা, চাঞ্চল্য…

বেবেজীয়াত যুৱকৰ চিপলৈ আত্মহত্যা, চাঞ্চল্য…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ,বেবেজীয়া: নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত কুৰুৱাবাহী নিবাসী খগেন বৰাৰ পুত্ৰ জ্যোতিময় বৰা (২২) য়ে বুধবাৰে পুৱা নিজ গৃহৰ সমীপৰ এজোপা গছত চিপ লৈ আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

বৰ্তমান মৃতদেহটি মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে যদিও যুৱক জনৰ আত্মহত্যাৰ কাৰণ বৰ্তমানেও জানিব পৰা হোবা নাই । তদুপৰি এয়া এক আত্মহত্যা নে পৰিকল্পিত হত্যাকাণ্ড সেয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব বুলি সকলোৱে মত পোষণ কৰিছে ৷

suicide assam nagaon