নগাঁৱত আগত আছে ৰূপক শৰ্মা…

নগাঁৱত আগত আছে ৰূপক শৰ্মা…

author-image
asomiyapratidin
New Update
অসমত ৭খন আসনত আগবাঢ়ি আছে বিজেপি…

  • নগাঁৱত প্ৰথম পৰ্যায়ৰ ভোটগণনাত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা।
  • বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই লাভ কৰিছে ১৯৮২৫টা ভোট।
  • কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে লাভ কৰিছে ১৯৫৫০টা ভোট।
  • দুয়োজন প্ৰাৰ্থীৰ মাজত চলি আছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা।