New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
মুকলমুৱাত পথ দুৰ্ঘটনাঃ নিহত এজন, আহত ৫ জন. road accident
নগাঁৱৰ কঠিয়াতলীৰ ৩৬নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা।
বুধবাৰে সংঘটিত হয় এই পথ দুৰ্ঘটনা।
তীব্রবেগী অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত এজন।
বজাৰ কৰি পথ পাৰ হোৱাৰ সময়তে সংঘটিত এই দুৰ্ঘটনা।
নিহত লোকজন কছাৰী গাঁৱৰ মনা ৰক্ষিত বুলি চিনাক্ত।
দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে বাহনখনে।