ট্ৰাকৰ খুন্দাত থিতাতে প্ৰাণ গ’ল ৩ বছৰীয়া শিশুৰ…

ট্ৰাকৰ খুন্দাত থিতাতে প্ৰাণ গ’ল ৩ বছৰীয়া শিশুৰ…
  • নগাঁও চহৰত বৃহস্পতিবাৰে পুৱা অঘটন।
  • পথ দুৰ্ঘটনাত নিহত শিশু।
  • চহৰখনৰ ইছলামপট্টিত সংঘটিত হৈছে এই অঘটন।
  • টাকৰ খুন্দাত নিহত হয় আৰফা চুলতান।
  • শিশুটিৰ বয়স তিনি বছৰ।
  • দুৰ্ঘটানটো সংঘটিত কৰা ট্ৰাক খনৰ নম্বৰ হৈছে এ এছ ০১ ডি ডি ৫৫৯৪

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in