অসম মুখ্য-পৃষ্ঠা ট্ৰাকৰ খুন্দাত থিতাতে প্ৰাণ গ’ল ৩ বছৰীয়া শিশুৰ… ট্ৰাকৰ খুন্দাত থিতাতে প্ৰাণ গ’ল ৩ বছৰীয়া শিশুৰ… asomiyapratidin 12 May 2022 10:00 IST Follow UsNew Updateনগাঁও চহৰত বৃহস্পতিবাৰে পুৱা অঘটন।পথ দুৰ্ঘটনাত নিহত শিশু।চহৰখনৰ ইছলামপট্টিত সংঘটিত হৈছে এই অঘটন।টাকৰ খুন্দাত নিহত হয় আৰফা চুলতান।শিশুটিৰ বয়স তিনি বছৰ।দুৰ্ঘটানটো সংঘটিত কৰা ট্ৰাক খনৰ নম্বৰ হৈছে এ এছ ০১ ডি ডি ৫৫৯৪ nagaon assam road accidentআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক