মুকলমুৱাত পথ দুৰ্ঘটনাঃ নিহত এজন, আহত ৫ জন.road accident
ৰহাৰ ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা।
নিয়ন্ত্রণ হেৰুৱাই কলং নৈৰ দলঙত বাগৰিল ট্রাক।
গুৱাহাটীৰ পৰা নগাঁও অভিমুখী আছিল ট্রাকখন।
কথমপি প্রাণ ৰক্ষা ট্রাকখনৰ চালকৰ।
দুৰ্ঘটনাগ্রস্ত ট্রাকখনৰ নম্বৰ AS 01 AC 4659।