New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/dangor-khobr.jpg)
- নগাঁও চকিটুপত এক জঘন্য কাণ্ড।
- চতুৰ্থ শ্রেণীত অধ্যয়নৰত এটি কন্যা শিশুক যৌন নিৰ্যাতনৰ অভিযোগ।
- কণমানিজনীৰ ভিনিহিয়েকৰ বিৰুদ্ধেই যৌন নিৰ্যাতনৰ অভিযোগ।
- শুকুৰবাৰে কণমানিজনী বিদ্যালয়ত অসুস্থ হোৱাত পোহৰলৈ আহে সমগ্র ঘটনা।
- নগাঁও চাইল্ডলাইনৰ গোচৰৰ ভিত্তিত গ্রেপ্তাৰ অভিযুক্ত ৰফিকুল ইছলামক।